/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/07/crime.jpg)
ডুমডুমাৰ লংছোৱালৰ ১২নং আঠাই বস্তিত নৃশংস হত্যাকাণ্ড।
দাৰে ঘপিয়াই শিৰচ্ছেদ কৰে দুজনকৈ লোকক ।
দেওবাৰে সংঘটিত হয় এই ঘটনা।
মৃত লোক দুজন সুৰেন মুড়া, বাবলু মুড়া বুলি জানিব পৰা গৈছে।
পেটু আৰু গধ নামৰ লোক দুজনৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ।
গধ নামৰ লোকজনক আটক ডুমডুমা আৰক্ষীৰ।
সম্প্রতি পলাতক অভিযুক্ত পেটুৰ।
ঘটনাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
আৰক্ষীৰ তদন্ত আৰম্ভ।