New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/্িুপৰকতচpower_grid.jpg)
প্ৰতীকি ফটো
ডুমডুমাৰ তাৰা চাহ বাগিছাত অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি কণমানিৰ।
বুধবাৰে সংঘটিত হয় এই ঘটনা।
পথৰ মাজত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় শিশুটিৰয
বিদ্যালয়ৰ পৰা অহাৰ সময়তে সংঘটিত এই ঘটনা।
মৃত শিশুটি বিষ্ণু নায়কৰ পুত্র দেৱ নায়ক।
ঘটনাক কেন্দ্র কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।