New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/dogs.png)
- জুৰীয়াত কুকুৰ সৰবৰাহকাৰী চক্রৰ এজনক আটক আৰক্ষীৰ।
- ধৃত সৰবৰাহকাৰীটোৰ নাম আজমত আলী।
- দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহ কৰিছিল পদপথৰ কুকুৰ।
- লগতে সৰবৰাহ কৰিছিল পোহনীয়া কুকুৰো।
- সৰবৰাহকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি।
- কুকুৰ সৰবৰাহৰ সময়ত প্রতিখন গেটতে আৰক্ষীক দিব লাগে ধন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us