ডবকাৰ শালবাগানত দাওদাওকৈ জ্বলিল এখন ডাম্পাৰ…

ডবকাৰ শালবাগানত দাওদাওকৈ জ্বলিল এখন ডাম্পাৰ…

author-image
asomiyapratidin
New Update
ডবকাৰ শালবাগানত দাওদাওকৈ জ্বলিল এখন ডাম্পাৰ…

ডিজিটেল সংবাদ, ডবকা :

  • ডবকাৰ শালবাগানত দাওদাওকৈ জ্বলিল এখন ডাম্পাৰ ৷
  • ডবকাৰ শালবাগানত  ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠিত হৈছে এই ঘটনাটো ৷
  • ততাতৈয়াকৈ স্থানীয় ৰাইজে হালধীআটী উপ-আৰক্ষী চকী আৰু অগ্নিনিৰ্বাপক বাহীনিক খবৰ দিয়ে ৷
  • খবৰ পাইয়েই অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত উপস্থিত হৈ নিৰ্বাপন কৰে জুই ৷
  • জুই লগাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত কিছু সময়ৰ বাবে সৃষ্টি হয় ব্যাপক যানযঁটৰ ৷
  • কি কাৰণত ডাম্পাৰখনত জুই লাগিছে সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই যদিওঁ যান্ত্ৰিক বিজুটিৰ বাবে জুই লগাৰ সন্দেহ ৷
  • ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
  • AS09AC8981 নম্বৰৰ ডাম্পাৰখন হালধিআটীৰ পৰা নগাওঁলৈ গৈ আছিল ৷
assam Assam police