৫ জিলাত ৰেড এলাৰ্টঃ ৰাজ্যত আগন্তুক ৫ দিনত হ'ব ধাৰাসাৰ বৰষুণ...

৫ জিলাত ৰেড এলাৰ্টঃ ৰাজ্যত আগন্তুক ৫ দিনত হ'ব ধাৰাসাৰ বৰষুণ...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই ক’লে…

৫ জিলাত ৰেড এলাৰ্টঃ ৰাজ্যত আগন্তুক ৫ দিনত হ'ব ধাৰাসাৰ বৰষুণ...

ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণ অব্যাহত থকা ৰাজ্যত আগন্তুক ৫ দিনলৈ অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। নামনি অসমৰ ৫ খন ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।

আনহাতে কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েল্ল' এলাৰ্ট। ৰেড এলাৰ্ট জাৰি কৰা জিলা কেইখন ক্ৰমে, চিৰাং, বাক্সা, কোকৰাঝাৰ, বঙাইগাওঁ আৰু বৰপেটা।

চাওক বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননীখন

Also Read: লখিমপুৰলৈ ৰাওনা জোনমণি কাণ্ডৰ তদন্তকাৰী চি বি আইৰ দল...

বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰ