অসম মুখ্য-পৃষ্ঠা দিছপুৰ কলেজৰ পৰা ৭৬ লাখ টকা লুট… দিছপুৰ কলেজৰ পৰা ৭৬ লাখ টকা লুট… asomiyapratidin 05 May 2022 11:49 IST Follow UsNew Updateদিছপুৰ কলেজৰ একাউন্টৰ পৰা ধন লুট।কলেজৰ একাউন্টৰ পৰা প্ৰৱঞ্চকে লুটি নিলে প্ৰায় ৭৬ লাখ টকা।কলেজৰ একাউন্ট আছিল বেংক অৱ বৰোডাত।ইতিমধ্যে দিছপুুৰ থানাত গোচৰ ৰুজু কৰিছে কলেজ কৰ্তৃপক্ষই।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্তৰ। assam dispurআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক