দিছপুৰ মহাবিদ্যালয়ৰ কেইবাজনো শিক্ষাৰ্থী, অধ্যাপক আক্ৰান্ত কোৰোনাত…

দিছপুৰ মহাবিদ্যালয়ৰ কেইবাজনো শিক্ষাৰ্থী, অধ্যাপক আক্ৰান্ত কোৰোনাত…

author-image
asomiyapratidin
New Update
কলেজৰ পৰাই ক্ৰাইম ব্ৰাঞ্চে উঠাই নিলে দিছপুৰ কলেজৰ অধ্যক্ষক…

  • পুনৰ গুৱাহাটীৰ শিক্ষানুষ্ঠানত কোভিডৰ আতংক।
  • দিছপুৰ মহাবিদ্যালয়ৰ ৬ গৰাকী শিক্ষাৰ্থী আৰু এগৰাকী অধ্যাপক আক্ৰান্ত হৈছে কোৰোনাত।
  • মহাবিদ্যালয়খনত বৰ্তমান চলি আছে প্ৰী টেষ্ট পৰীক্ষা।
  • জিলা প্ৰশাসনে বৰ্তমানেও কোনো সতৰ্কীকৰণ ব্যৱস্থা গ্ৰহণ কৰা নাই।
  • ইয়াৰ পূৰ্বে সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু বি বৰুৱা মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ তথা শিক্ষক আক্ৰান্ত হৈছিল কোৰোনাত।