
শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বোকাপথাৰত দুৰ্ঘটনা
ব’লেৰ পিক-আপ ভেন আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫জন লোক
ব’লেৰখনত থকা তিনিগৰাকী ব্যক্তি নিহত পথ দুৰ্ঘটনাটিত
নিহত তিনিওগৰাকী একেটা পৰিয়ালৰে
নিহত পিতৃ বিনোদ সোণাৰ, মাতৃ দলমায়া সোণাৰ
নিহত আনজন বিনোদ সোণাৰৰ পুত্র দিল বাহাদুৰ সোণাৰ
নেপালৰ পৰা শদিয়ালৈ বিয়া খাবলৈ আহিছিল পৰিয়ালটো
গুৰুতৰভাৱে আহত হৈছিল বলেৰ’খনৰ আন দুজন যাত্রী
সংকটজনক অৱস্থাত দুয়োজনক তিনিচুকীয়ালৈ প্রেৰণ
বৰ্তমানো চিনাক্ত হোৱা নাই আহতসকল