New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
ei muhurtar khabar
শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ অগ্নিকাণ্ড
মাজনিশা জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে এটা গেৰেজ
নিমিষতে জুইত ভস্মীভূত চাৰিটাকৈ গেৰেজ
কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ
অগ্নিকাণ্ডৰ কাৰণ জনা হোৱা নাই
আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপণ কৰে জুই
স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপণ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us