New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-agrani.jpg)
- স্বায়ত্ত শাসিত জিলা সমষ্টি ডিফুত কংগ্ৰেছ প্ৰাৰ্থী বীৰেণ সিং ইংতিয়ে ২য় ৰাউণ্ডত লাভ কৰিছে ২৬৮৫ টা ভোট।
- বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'য়ে লাভ কৰিছে ২৬৮৪ টা ভোট।
- আনহাতে এন পি পি প্ৰাৰ্থীজনে লাভ কৰিছে ৮২ টা ভোট।
- আন হাতে নিৰ্দলীয় প্ৰাৰ্থীজনে লাভ কৰিছে ১১৯৭টা ভোট।
- ২য় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী হৰেণ সিং বে'য়ে মুঠ ভোট লাব কৰিছে ৬৬৯০ টা।
- কংগ্ৰেছ প্ৰাৰ্থী বীৰেণ সিং ইংতিয়ে মুঠ ভোট লাভ কৰিছে ৫৩৩৭টা।
- নটা ভোটৰ সংখ্যা হৈছে ২৫১ টা।
- অন্যান্য প্ৰাৰ্থীৰ ভোটৰ সংখ্যাৰ তালিকা এনেধৰণৰ-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/79bf4ba0-f255-4ec6-a29a-b768525402e6-674x1024.jpg)