ডিফুত বীৰেণ সিং ইংতিতকৈ আগত হৰেণ সিং বে’…

ডিফুত বীৰেণ সিং ইংতিতকৈ আগত হৰেণ সিং বে’…

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • বিজেপি প্ৰাৰ্থী হৰেণ সিং বেয়ে এই মুহূৰ্তলৈ লাভ কৰিছে ৩৪৪৪৯টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংতিয়ে লাভ কৰা ভোটৰ সংখ্যা ১৮৪৯৯টা।
  • ভোট গণনা হোৱা ৫৭৩১৭টা ভোটৰ ভিতৰত ৫৩.৪৪ শতাংশ ভোট লাভ কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
  • এতিয়ালৈকে নোটাৰ ভোটৰ সংখ্যা ৯১১।
  • সমষ্টিটোত মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা ৬,১৫,৯৪৪টা।