New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a9bd5d6d-7555-4bcf-9e65-b1e576d8f4fe/download.jpg)
diphu flood
কাৰ্বি আংলঙৰ ডিফুত ধাৰাসাৰ বৃষ্টিপাত।
এজাক বৰষুণতে বুৰিল ডিফু চহৰ।
ডিফু নদীৰ বাঢ়নী পানীয়ে বুৰালে ধৰমনলা, ৰামঠাকুৰ কলনি।
ৰামঠাকুৰ কলনিত পূজা মণ্ডপো পানীৰ তলত।
ডিফু মেডিকেল কলেজ হাস্পতালো বুৰালে পানীয়ে।