New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/diphu-counting.jpg)
- ৩নং স্বায়ত্ত শাসিত ডিফু লোকসভা সমষ্টিত আছে ৫ টাকৈ বিধানসভা সমষ্টি।
- সমষ্টি কেইটা ডিফু, হাওঁৰাঘাট, বোকাজান, বৈঠালাংছ আৰু হাফলং বিধানসভা সমষ্টি।
- ডিফু চৰকাৰী মহাবিদ্যালয়ত আৰম্ভ হৈছে ভোটগণনা।
- ইয়াৰে ডিফু চৰকাৰী মহাবিদ্যালয়ত ভোটগণনা আৰম্ভ হৈছে ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ।
- ১৪ খনকৈ মুঠ ২৮খন টেবুলত আৰম্ভ হৈছে গণনা।
- সেইদৰে বোকাজান আৰু বৈঠালাংছৰ বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হৈছে ক্ৰমে-বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়, হামৰেণ জিলা উপায়ুক্ত কাৰ্যালয় আৰু হাফলং সমষ্টিৰ ডিমা হাছাওৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হৈছে ভোট গণনা।
- প্ৰথমে অনুষ্ঠিত হৈছে পষ্টেল বেলট ভোটৰ গণনা।
- পষ্টেল বেলট ভোট আছে মুঠ ২০৫০টা।
- ডিফু সংসদীয় সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা =৭,৯৫,০৯১ গৰাকী।
- ইয়াৰ ভিতৰত আছে ৬ গৰাকীকৈ ৩য় লিংগ ভোটাৰ।
- সেইদৰে পুৰুষ ভোটাৰৰ সংখ্যা= ৪,০৪,৫২৮ গৰাকী।
- ভোটদান কৰিছে= ৩,১২,৯৯৪ গৰাকীয়ে।
- আনহাতে মহিলা ভোটাৰৰ সংখ্যা হৈছে= ৩,৯০,৫৫১ গৰাকী।
- ভোটদান কৰিছে= ৩,০২৯৫০ গৰাকীয়ে।
- সৰ্বমুঠ ভোটদানৰ হাৰ হৈছে= ৭৭.৪৭ শতাংশ।
- বিধানসভা সমষ্টি ভিত্তিত ভোটদানৰ হাৰ হৈছে এনেধৰণৰ।
- ডিফু- ৭৪.৭৭ শতাংশ, হাওৰাঘাট- ৭৮.৪৬ শতাংশ, বোকাজান- ৭৯.৩৭ শতাংশ, বৈঠালাংছ- ৭৭.৮৯ শতাংশ আৰু হাফলং- ৭৭.৭১ শতাংশ।