/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ ডিমৰুগুৰিত দেওবাৰৰ নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ দাঁতিত ৰাখি থোৱা ই-ৰিক্সাত প্ৰচণ্ড খুন্দা দুই বাইক আৰোহীৰ। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত দুয়োজন মটৰ চাইকেল আৰোহী।
ঘটনা সংঘটিত হোৱাৰ প্ৰায় ১ ঘন্টাৰ পাছতহে ঘটনাস্থলীত উপস্থিত আৰক্ষী। আঘাতপ্ৰাপ্ত বাইক আৰোহী দুয়োজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই।সংকটজনক অৱস্থাত দুই বাইক আৰোহীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
Also Read: অন্ধ্ৰপ্ৰদেশ ৰেল দুৰ্ঘটনাঃ নিহতৰ সংখ্যা ১৩, আহত ৫০ ৰো অধিক
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us