New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
- ডিমা হাচাওত চিকিৎসকসহ ৯ স্বাস্থ্যকৰ্মীক নিলম্বন।
- বন্ধ কৰি দিয়া হৈছে খেপ্রা স্বাস্থ্য কেন্দ্র।
- কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বিত ডাঃ জেচি নিয়ানথিয়ানজ।
- নিলম্বন কৰা হৈছে ফাৰ্মাচিষ্টসহ আন ৮ জনকো।
- গৰ্ভৱতী মহিলাক চিকিৎসা প্রদানত বিসংগতিৰ গুৰুতৰ অভিযোগ।
- সমগ্র ঘটনা ভাইৰেল হৈছিল সামাজিক মাধ্যমত।
- ইয়াৰ পিছতে কঠোৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us