ডিমা হাছাওত সন্ধানহীন ২শিশু

ডিমা হাছাওত সন্ধানহীন ২শিশু
  • ডিমা হাছাওৰ ককডাংলাংছত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

  • মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে ককডাংলাংছৰ দুই ভাতৃ-ভগ্নী।

  • ৱাইচং ইংতি এম ই স্কুলত অধ্যয়নৰত ভাতৃ-ভগ্নী দুজন।

  • সন্ধানহীন হোৱা ভাতৃ-ভগ্নীৰ নাম ক্ৰমে ৰবি কিশান চৌহান আৰু কিৰণ কুমাৰী চৌহান।

  • পুৱা ৮.৩০মান বজাত বিদ্যালয়লৈ ওলাই যোৱাৰ পৰা সন্ধান নাই ৰবি কিশান চৌহান আৰু কিৰণ কুমাৰী চৌহানৰ।

  • কিৰণ কুমাৰী চৌহানৰ বয়স ১৪বছৰ আৰু ৰবি কিশান চৌহানৰ বয়স ১২বছৰ।

  • উক্ত ঘটনাৰ সন্দৰ্ভত স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে পিতৃয়ে।

  • ৰবি কিশান চৌহান আৰু কিৰণ কুমাৰী চৌহানৰ সন্ধান পালে 8473063421 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে।

ডিমা হাছাওত সন্ধানহীন ২শিশু
দেৰগাঁৱৰ বগৰীয়নীত গঁড়ৰ সন্ত্রাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in