New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিত কেলেংকাৰী।
আৰক্ষীৰ অভিযানত গ্রেপ্তাৰ কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড।
গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্রেপ্তাৰ মাষ্টাৰ মাইণ্ড দিলোৱাৰ হুছেইন।
লগতে উদ্ধাৰ ৫২১খন ATM কাৰ্ড, এটা ফিংগাৰ মেচিনসহ চুৱাইপ মেচিন।
ভুৱা হিতাধিকাৰী বনাই জালিয়াতিৰে লুণ্ঠন কৰিছিল কোটি কোটি টকা।