New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/nnannannsssbaagaggggaggaUntitled-1-copy.jpg)
- প্ৰায় জয়ৰ নিশ্চিত দিশে আগবাঢ়িছে মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া ।
- প্ৰায় ১ লাখ ১০ হাজাৰ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ দিলীপ শইকীয়া ।
- আনহাতে বিজেপিৰ জয়ৰ আনন্দ-উল্লাসত মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে দলীয় কৰ্মীৰ সৈতে খেলিলে আবতৰীয়া ফাকুৱা ।
- ৰাজপথতে বিজেপিৰ কৰ্মী সকলে ফটকা ফুটুৱাই প্ৰাৰ্থীৰাকীক আনন্দ- উল্লাস প্ৰকাশ কৰাও দেখা গ'ল ।