/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/41d98c28-00fb-48fc-b0e8-71edff2f1acd/DSA.jpg)
ডিজিটেল ডেস্কঃ জামুগুৰিহাটৰ দিকৰাই চাহ বাগিছাত সোমবাৰৰ পৰা দুদিনীয়াকৈ অসম চাহ কৰ্মচাৰী সংঘই তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী তথা প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷
চাহ কৰ্মচাৰী সংঘৰ নদুৱাৰ শাখাৰ উদ্যোগত দিকৰাই প্ৰাথমিক গোটে বাগিছাৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত মঙ্গলবাৰে পূৱা এইদৰে ধৰ্ণা তথা প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে ৷
এই প্ৰতিবাদী কাৰ্যসুচীত অংশগ্ৰহণ কৰে অসম চাহ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক ঋষভ কলিতা আৰু বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক সুশান্ত পূঁজাৰীয়ে ৷