AIIMS ৰ পৰা স্নাতকোত্তৰ লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়ংকাই…

AIIMS ৰ পৰা স্নাতকোত্তৰ লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়ংকাই…

author-image
asomiyapratidin
New Update
AIIMS ৰ পৰা  স্নাতকোত্তৰ লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰিয়ংকাই…

ডিজিটেল ডেস্ক: অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চাইঞ্চৰ পৰা Aneshesiology & critical care and medicine ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে ডকমকাৰ প্ৰিয়ংকা বৰুৱাই।

উল্লেখ্য যে, AIIMS ৰ পৰা স্নাতকোত্তৰ লাভ কৰা কাৰ্বি আংলঙৰ প্ৰথম চিকিৎসক প্ৰিয়ংকা বৰুৱা।  প্ৰিয়ংকাই ২০১৬ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰাৰ পাছত এবছৰ ধেন্টাঘাট প্ৰাথমিত স্বাস্থ্য কেন্দ্ৰত বাধ্যতামূলক চিকিৎসা সেৱা আগবঢ়ায়।

ইয়াৰ পাছত তেওঁ AIIMS, Rishikesh ত Aneshesiology & critical care and medicine ত পঢ়াৰ সুযোগ লাভ কৰে আৰু চলিত মাহৰ ১তাৰিখে সুখ্যাতিৰে উত্তীৰ্ণ হয়।

আৰু পঢ়ক: SOP! অবৈধ কোৰবানী বন্ধ, আইন মানি সকলোৱে ৰক্ষা কৰিব পাৰিব পৰম্পৰা…

assam karbi anglong