ডিগবৈৰ ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ডিগবৈৰ ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • ডিগবৈৰ এটা কেন্দ্ৰত ভোটদানৰ বিসংগতি।
  • ভোটকেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
  • বগাপানীৰ ৮৬নং ভোটকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।
  • আন ভোটাৰৰ নামত এজন লোকে ভোট দিয়াৰ অভিযোগ।
  • পুলিং বিষয়াৰ গাফিলতিৰ বাবে বিসংগতিৰ অভিযোগ।