New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
চাবুৱাত আৰক্ষীৰ বৃহৎ সফলতা
বুজন পৰিমাণৰ ড্রাগছসহ আটক সৰবৰাহকাৰীক
জব্দ ১৫ লাখতকৈ অধিক মূল্যৰ ড্রাগছ
এখন চেন্ট্র’ বাহনত ১৮টা চাবোনৰ বাকচত আনিছিল ড্রাগছখিনি
জব্দকৃত ড্রাগছখিনিৰ পৰিমাণ প্রায় ২৫০ গ্রাম
ঘটনা সন্দৰ্ভত আটক মুকুল বৰা নামৰ সৰবৰাহকাৰীটোক।
Also Read: আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উদ্বোধন কৰিব অসম বিধানসভাৰ নৱ-নিৰ্মিত ভৱন