মৰাণৰ খোৱাঙত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন...

মৰাণৰ খোৱাঙত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

মৰাণৰ খোৱাঙত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত দুজন...

  • মৰাণৰ খোৱাং মাধকলিৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

  • ডাম্পাৰে মহটিয়াই নিলে এখন মাৰুতি ভানক।

  • থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত দুজন চিকিৎ‍সালয়ত মৃত্যু।

  • নিহত টিংখঙৰ ১নং ধমন গাঁৱৰ দুলেশ্বৰ সোণোৱাল, অখিল সোণোৱাল।

  • নিহত আনজন কপৌহুৱা গাঁৱৰ ৰঞ্জিত গগৈ বুলি জানিব পৰা গৈছে।

  • দুৰ্ঘটনাগ্রস্ত মাৰুতি বাহনখনৰ নম্বৰ AS-06 X 04435।

Advertisment

Also Read: ধেমাজিত সদৌ অসম কোঁৱৰ বংশাৱলীৰ একাদশ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন

পথ দুৰ্ঘটনা মৰাণ