/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/3c72a2bc-b808-46a2-b020-584238f9bbd3/dibrugarh_27.jpg)
ডিব্ৰুগড়ত ১৮০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া ২ খন বিমান অৱতৰণত অসুবিধা...
- ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন। 
- অৱতৰণত অসুবিধাৰ সন্মুখীন দুখনকৈ বিমান। 
- ইণ্ডিগ'ৰ বিমান দুখন প্ৰায় ৫০ মিনিট ধৰি থাকিবলগীয়া হয় আকাশত। 
- দুয়োখন বিমানত আছে ১৮০ গৰাকী লোক। 
- ইয়াৰে এখন বিমান আছিল দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অহা ইণ্ডিগ' বিমান। 
- আনখন বিমান আছচিল গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ যোৱা। 
- জানিব পৰা মতে ইনষ্ট্ৰুমেণ্টেল লেনডিং চিষ্টেম বন্ধ হৈ থকাৰ বাবে অৱতৰণত অসুবিধাৰ সন্মুখীন হৈছে। 
- আনহাতে বতৰ প্ৰতিকুল হোৱাৰ বাবেও সন্মুখীন হৈছে অসুবিধাৰ। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us