চাবুৱা চাহ বাগিচাৰ ফেক্টৰীত অগ্নিকাণ্ড...

চাবুৱা চাহ বাগিচাৰ ফেক্টৰীত অগ্নিকাণ্ড...
চাবুৱা চাহ বাগিচাৰ ফেক্টৰীত অগ্নিকাণ্ড...
  • চাবুৱা চাহ বাগিচাৰ ফেক্টৰীত অগ্নিকাণ্ড ।

  • ডায়াৰ‌ মেচিনত চাহপাত প্ৰস্তুত কৰি থকাৰ সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড।

  • দুপৰীয়াৰ ভাগত সংঘটিত এই অগ্নিকাণ্ড।

  • চাবুৱা আৰক্ষী আৰু অগ্নি নিৰ্বাপক‌‌ বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে ।

  • কথমপি ৰক্ষা পৰে ফেক্টৰীটোৰ বহু কোটি টকাৰ সম্পত্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in