/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/80a35838-e763-438c-8ab6-bb2f1a31cf9b/DIBRU_3.jpg)
ডিব্ৰুগড়ৰ পুৰণি বলাইত উদ্ধাৰ নাহৰফুটুকী পোৱালি...
-
ডিব্ৰুগড়ৰ পুৰণি বলাইত উদ্ধাৰ এটা নাহৰফুটুকী পোৱালি।
-
দিহিং নদীৰ বানত নাহৰফুটুকীৰ পোৱালিতো উটি অহাৰ সন্দেহ।
-
পুৰণি বলাইৰ পথাৰত স্থানীয় ৰাইজে উদ্ধাৰ কৰে পোৱালিতো।
-
ইয়াৰ পিছতে বন বিভাগক অৱগত কৰে ৰাইজে।
-
বন বিভাগৰ এটা দল আহি উপস্থিত হয় ঘটনাস্থলীত।
-
বন বিভাগৰ লোকে চিকিৎসাৰ অন্তত তিনিচুকীয়াৰ গুইজানত মুকলি কৰি দিব বুলি জনাইছে।
Also Read: কলিয়াবৰ, জখলাবন্ধাৰ বান পীড়িতৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ...