/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-2.jpg)
ডিজিটেল ডেস্কঃ ডিগবৈৰ গোলাইত ভয়ংকৰ পথ দুৰ্ঘটনা । গোলাই টাৰ্মিনেলৰ সন্মুখত এডাল গছত খুন্দামাৰে এখন টিয়াগ’ বাহনে । বাহনখনত দুগৰাকী মহিলা, ৩জন পুৰুষ আছিল । দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৪ জনকৈ লোক । এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহতজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
বিয়া খাই ঘৰলৈ উভতাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে । নিহত কেইজন হৈছে জাগুনৰ অমৃত দত্ত, লিডু বজাৰৰ দিছা গুপে, সুভাষ গুপে আৰু আন গৰাকী হৈছে সাধনা গুপে ।
Also Read: ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিঃ অফলামুখ-নিমাতীৰ মাজত বন্ধ এক ইঞ্জিনযুক্ত ফেৰীৰ চলাচল...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us