/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/ffb68b25-92e4-488a-9e06-c74d49d145e7/ik.jpg)
-
ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
থিতাতে নিহত দুজন বাইক আৰোহী।
-
ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনৰ লগত মুখামুখি সংঘৰ্ষ।
-
বাইকৰ নম্বৰ AS12AB2517 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ TATA TIAGO AS-07T-3274 ।
-
থিতাতে নিহত হোৱা যুৱক দুজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
-
ঘটনাস্থলীত বগীবিল আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।