
ডিব্ৰুগড়ৰ লেপেটকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা।
দেওবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
ট্ৰাক আৰু ইনোভাৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত ২ জন থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আহত হোৱা বুলি জানিব পৰা গৈছে।
নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা।
ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিছে।
আহতসকলক অসম চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ।
বাহনখনত কিমানজন লোক আছিল এতিয়ালৈকে নিশ্চিতকৈ জানিব পৰা হোৱা নাই।
ইনোভাখনৰ নম্বৰ - AS-01 jc 3076