/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
-
দিপাৱলীৰ আনন্দৰ মাজতে ডিব্ৰুগড়ৰ বৰবৰুৱাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।
-
বৰবৰুৱাৰ দুলীয়া নাহৰণি গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
-
সম্পূৰ্ণ ভস্মীভূত হয় দুলিয়া নাহৰণি গাঁৱৰ অনিতা ওৰাং নামৰ এগৰাকী মহিলাৰ ঘৰ।
-
কলগছ ফটকাৰ পৰা উদ্ভৱ হয় এই অগ্নিকাণ্ড।
-
সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে অনিতা ওৰাংৰ ঘৰৰ বহু সা-সামগ্ৰী।
-
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।