/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a112e8a8-b552-442c-a8af-c09fc84c4a79/Drug.jpg)
-
ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰিল চাবুৱা।
-
চাবুৱা প্ৰেছ ক্লাবৰ অভিযানৰ পিছতেই চাবুৱা আৰক্ষীৰ সফলতা।
-
ডিমাপুৰৰ পৰা চাবুৱালৈ নি থকা অৱস্থাত চাবুৱাৰ দিনজয় বাইপাছত চাবুৱা আৰক্ষীয়ে আটক কৰে ১৫ লাখতকৈ অধিক মূল্যৰ ড্ৰাগছ।
-
১৮ টা চাবোনৰ বাকচত ভৰাই চাবুৱাত বিক্ৰীৰ বাবে নিছিল ড্ৰাগছখিনি।
-
ড্ৰাগখিনি প্ৰায় ২৫০ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
-
এ এছ-০৬-এইছ-২১৫৪ নম্বৰৰ চেণ্ট বাহনখনত নিয়া হৈছিল ড্ৰাগছখিনি।
Also Read: জামুগুৰিহাট ইটাখোলা আৰক্ষীৰ সাফল্যঃ ২৩ কাৰ্টুন অৰুণাচলী সুৰাসহ আটক...