/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/595478a6-c84d-4d49-8260-d4571c88a376/413.jpg)
চাবুৱাৰ খাঁজিখোৱাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল আই-১০ বাহন।
কথমপি প্ৰাণ ৰক্ষা পৰিল যাত্ৰীৰ।
ডিব্ৰুগড়-তিনিচুকীয়াৰ মধ্যস্থল খাঁজিখোৱাৰ বাইপাচত সংঘটিত হয় এই দুৰ্ঘটনা।
দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ নম্বৰ এ আৰ- ১১-এ ৭৭৮৪।
দুৰ্ঘটনাৰ ফলত বাহনখনৰ সন্মুখভাগ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়।
Also Read: কাজিৰঙাৰ পৰ্যালোচনা সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us