ডিব্ৰুগড় লোকসভাৰ মাৰ্ঘেৰিটাত আগবাঢ়ি আছে ৰামেশ্বৰ তেলী…

ডিব্ৰুগড় লোকসভাৰ মাৰ্ঘেৰিটাত আগবাঢ়ি আছে ৰামেশ্বৰ তেলী…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মার্ঘেৰিটা বিধানসভা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী।
  • সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে পাইছে ৪২৮০টা ভোট।
  • কংগ্ৰেছ প্ৰাৰ্থী পবন সিং ঘাটোৱাৰে লাভ কৰিছে ২৫১৯টা ভোট।