Advertisment

ফুটবল খেলৰ জৰিয়তে ডিব্ৰুগড়ৰ জকাইলৈ সুনাম কঢ়িয়াই আনিলে পিকু সোনোৱালে...

ফুটবল খেলৰ জৰিয়তে ডিব্ৰুগড়ৰ জকাইলৈ সুনাম কঢ়িয়াই আনিলে পিকু সোনোৱালে...

author-image
Asomiya Pratidin
New Update
ফুটবল খেলৰ জৰিয়তে ডিব্ৰুগড়ৰ জকাইলৈ সুনাম কঢ়িয়াই আনিলে পিকু সোনোৱালে...

ডিজিটেল ডেস্কঃ চট্টিশগড়ত অনুষ্ঠিত হৈ থকা ৰাজ্যিক পৰ্যায়ৰ ফুটবল খেলত অংশগ্ৰহণ কৰি জকাইলৈ সুনাম কঢ়িয়াই আনিলে হাৰকপথাৰ গাঁৱৰ পিকু সোনোৱালে।ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা শুভাকাংক্ষী ৰাইজে উলহ মালহেৰে আদৰি আনে জকাই হাৰকপথাৰ স্থিত বাসগৃহলৈ।

Advertisment

উল্লেখযোগ্য যে অতি দৰিদ্ৰতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰা পিকু সোনোৱালৰ এই কৃতকাৰ্যতাত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলটো।আনহাতে পিকু সোনোৱালৰ ঘৰটো একপ্ৰকাৰে আনন্দমুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয়।

ফুটবল ডিব্ৰুগড়