New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/83ecabe0-3aad-4816-a79c-1e828f8c1e1e/indigo.jpg)
প্ৰতীকি ফটো
-
ডিব্রুগড়ৰ মোহনবাৰী বিমান বন্দৰত অঘটন।
-
বিমান অৱতৰণত সমস্যা।
-
পুনৰ গুৱাহাটীলৈ উভতি আহিল ডিব্রুগড় অভিমুখী বিমান।
-
বিমানখন ইণ্ডিগ’ৰ 6E 2652.
-
প্রতিকূল বতৰৰ বাবে ওভতাই পঠিওৱা হ’ল বিমানখন।
-
বিমানখনত আছিল ১৮৭ যাত্রী।