পুৱা ৯ বজালৈকে ধুবুৰীত ভোটৰ হাৰ…

পুৱা ৯ বজালৈকে ধুবুৰীত ভোটৰ হাৰ…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।
  • পুৱা ৯ বজালৈকে মুঠ ভোটদানৰ হাৰ ১৪.৫২ শতাংশ।
  • অৱশ্যে ধুবুৰীৰ মতিচৰ হাই স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা বিকল হৈছিল ই ভি এম।
  • ফলত পুৱা ৮.৩০ বজা পৰ্যন্ত ৰাইজে ভোটগ্ৰহণ কেন্দ্ৰটোত সাব্যস্ত কৰিব পৰা নাছিল ভোটাধিকাৰ।