ভোটাৰ শ্লিপৰ লগত পৰিচয় পত্ৰ নথকাকৈ ভোটগ্ৰহণৰ অভিযোগ, ধুবুৰীত গ্ৰেপ্তাৰ প্ৰিজাইডিং বিষয়া

ভোটাৰ শ্লিপৰ লগত পৰিচয় পত্ৰ নথকাকৈ ভোটগ্ৰহণৰ অভিযোগ, ধুবুৰীত গ্ৰেপ্তাৰ প্ৰিজাইডিং বিষয়া

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • ধুবুৰীত গ্ৰেপ্তাৰ হ'ল প্ৰিজাইডিং বিষয়া।
  • ভোটাৰ শ্লিপৰ লগত পৰিচয় পত্ৰ নথকাকৈ ভোটগ্ৰহণৰ অভিযোগ।
  • গৌৰীপুৰৰ বাণী বিদ্যামন্দিৰ ভোটকেন্দ্ৰত এই ঘটনা।
  • গ্ৰেপ্তাৰ হোৱা লোকজনৰ বিষয়াগৰাকীৰ নাম গৌড় প্ৰসাদ বৰ্মন।
  • ভোটকেন্দ্ৰটোত বৰ্তমান সুন্দৰভাৱে চলি আছে ভোটগ্ৰহণ।
  • গৌড় প্ৰসাদ বৰ্মনৰ ঠাইত নিযুক্তি দিয়া হয় আন এগৰাকী বিষয়াক।