বিয়লি ৩ বজালৈকে ধুবুৰী সমষ্টিৰ ভোটদানৰ সবিশেষ…

বিয়লি ৩ বজালৈকে ধুবুৰী সমষ্টিৰ ভোটদানৰ সবিশেষ…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।
  • বিয়লি ৩ বজালৈকে মুঠ ভোটদানৰ হাৰ ৬৭.০১ শতাংশ।
  • ২১ নং মানকাচৰ সমষ্টিত মুঠ ভোটদান ৭৮ শতাংশ।
  • দক্ষিণ শালমাৰাত মুঠ ভোটদান ৮১ শতাংশ।
  • ধুবুৰীত মুঠ ভোটদান ৬০.৩০ শতাংশ।
  • গৌৰিপুৰত মুঠ ভোটদান ৬০.৬০ শতাংশ।
  • গোলকগঞ্জত মুঠ ভোটদান ৬২ শতাংশ।
  • পশ্চিম বিলাসীপাৰাত মুঠ ভোটদান ৬৬ শতাংশ।
  • পূব বিলাসীপাৰাত মুঠ ভোটদান ৬৫ শতাংশ।
  • পূব গোৱালপাৰাত মুঠ ভোটদান ৬৮.৩৯ শতাংশ।
  • পশ্চিম গোৱালপাৰাত মুঠ ভোটদান ৬৪.৯৩ শতাংশ।জলেশ্বৰত মুঠ ভোটদানৰ হাৰ ৬৩.৬৩ শতাংশ।