ধুবুৰীত ব্রহ্মপুত্রৰ বুকুত নাও দুৰ্ঘটনা, কেইবাজনো যাত্ৰী সন্ধানহীন...

ধুবুৰীত ব্রহ্মপুত্রৰ বুকুত সংঘটিত হয় নাও দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ব্রহ্মপুত্রৰ বুকুত নাও দুৰ্ঘটনা, কেইবাজনো যাত্ৰী সন্ধানহীন...

dhuburi boat accident

ডিজিটেল ডেস্ক : ধুবুৰীত ব্রহ্মপুত্রৰ বুকুত সংঘটিত হয় নাও দুৰ্ঘটনা। কোবাল সোঁতত নিয়ন্ত্রণ হেৰুৱাই ডুব যায় নাওখন। দুৰ্ঘটনাত কেইবাজনো যাত্ৰী সন্ধানহীন হৈ আছে। আনহাতে, বৰ্তমানলৈ দুজন লোকক উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে নাওখনত আছিল চৰকাৰী বিষয়া। চৰজমিন অনুসন্ধানৰ বাবে ধুবুৰীলৈ গৈছিল বিষয়া-কৰ্মচাৰীৰ দলটো। ঘটনাস্থলীত উপস্থিত হৈ এছ.ডি.আৰ.এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

assam dhuburi boat accident