উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী…

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী…

author-image
asomiyapratidin
New Update
উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী…

ধুবুৰীৰ সৰ্বশিক্ষা অভিযানৰ DPO আজাহৰুল ইছলামক গ্ৰেপ্তাৰ।

উৎকোচ লৈ থকাৰ অৱস্থাত ধৰা পৰে DPO গৰাকী।

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আজাহৰুল ইছলামক।

দৰমহা মোকলাই দিয়াৰ নামত শিক্ষকৰ পৰা দাবী কৰিছিল ধন।

ধন লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ আজাহৰুল ইছলাম।

assam Assam police guwahati himanta biswa sarma