/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cba812fb-744f-4479-a4ec-8cef168d2b5f/AP_FOR_WEB_new_format__4_.jpg)
-তামাৰহাটৰ হাতীধুৰাত পথ দুৰ্ঘটনা
-তীব্রবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন লোক
-নিহত লোকজন নাটাবাৰী গাঁৱৰ শান্ত সাহা ওৰফে চুকা
-দুৰ্ঘটনাক কেন্দ্র কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
-দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখন
-উত্তেজিত ৰাইজে জ্বলাই দিয়ে আন এখন ডাম্পাৰ
-অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় ডাম্পাৰখনৰ জুই
Also Read: বিকাশ শৰ্মালৈ শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাস বঁটা