ধুবুৰী জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া সন্দৰ্ভত সভা...

ধুবুৰী জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া সন্দৰ্ভত সভা...

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া সন্দৰ্ভত সভা...

ডিজিটেল সংবাদ,ধুবুৰী: আজি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দিবাকৰ নাথৰ পৌৰহিত্যত এখনি সভাৰ আয়োজন কৰা হয়। সভাত ধুবুৰী জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া, ২০২৫ সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰে।

Advertisment

আজিৰ সভাত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত বণ্টি তালুকদাৰ, জিলা নিৰ্বাচনী বিষয়া সুগত গোস্বামীৰ উপস্থিতিত জিলা খনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সাংবাদিক সকল।

Also Read: ৫ নৱেম্বৰত কোকৰাঝাৰত উন্মোচিত হ'ব ড° ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়বৰ প্ৰতিমূৰ্তি

dhubri voter list