বাল্য বিবাহঃ ধুবুৰীত ১০ জনে লাভ কৰিলে জামিন...

বাল্য বিবাহঃ ধুবুৰীত ১০ জনে লাভ কৰিলে জামিন...
বাল্য বিবাহঃ ধুবুৰীত ১০ জনে লাভ কৰিলে জামিন...
  • ধবুৰীত বাল্য বিবাহৰ ১০টা গোচৰৰ অভিযুক্তৰ জামিন মঞ্জুৰ।

  • প্রথমবাৰৰ বাবে ধুবুৰী আদালতে জামিন মঞ্জুৰ কৰে ১০টা গোচৰৰ।

  • ১৩টা গোচৰৰ অভিযুক্তৰ বাবে আৱেদন জনোৱা হৈছিল আদালতত।

  • ন্যায়াধীশ পি কাকতিৰ আদালতে মঞ্জুৰ কৰে জামিন।

  • জামিন লাভ কৰা মুঠ অভিযুক্তৰ সংখ্যা এতিয়ালৈকে জানিব পৰা হোৱা নাই।

  • জামিন লাভ কৰাসকলৰ ভিতৰত আছে স্বামী আৰু অভিভাৱক।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in