ধুবুৰীৰ যোগমায়া ঘাটত জাহাজ দুৰ্ঘটনা...

ধুবুৰীৰ যোগমায়া ঘাটত জাহাজ দুৰ্ঘটনা...

author-image
Asomiya Pratidin
New Update
ধুবুৰীৰ যোগমায়া ঘাটত জাহাজ দুৰ্ঘটনা...

ডিজিটেল ডেস্কঃ ধুবুৰীৰ যোগমায়া ঘাটত সংঘটিত হৈছে এক অঘটন। এখন যাত্ৰীবাহী জাহাজে খুন্দা মাৰে ঘাটত ৰখাই থোৱা মালবাহী ফেৰীত। যাত্ৰীবাহী জাহাজখনৰ খুন্দাত ৭খন মালবাহী ফেৰী ক্ষতিগ্ৰস্ত হৈছে।

Advertisment

ইয়াৰোপৰি জাহাজখনৰ প্ৰচণ্ড খুন্দাত আন এখন ফেৰী ভাঙি ব্ৰহ্মপুত্ৰত ডুব যায়। জাহাজ দুৰ্ঘটনাটোত আহত হয় ফেৰীখনত থকা ৭জন লোক। আহতসকলক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যেযাত্রীবাহী জাহাজখন ফকীৰগঞ্জৰ পৰা ধুবুৰীৰ অভিমুখী আছিল

Also Read: বোকাজানত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ...

boat accident