/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a5baa196-303c-4eb1-9642-fc8e1f106dc2/Police.jpg)
এইবাৰ উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ'ল এজন আৰক্ষী বিষয়া।
বিলাসীপাৰা থানাত সংঘটিত হৈছে এই কাণ্ড।
এজন আছামীৰ পৰা বিচাৰিছিল ৬ হাজাৰ টকাৰ উৎকোচ।
গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম দেৱান ৰাহিজ উদ্দিন।
বিলায়ীপাৰা থানাত উপ-পৰিদৰ্শক হিচাপে নিয়োজিত আছিল তেওঁ।
দুৰ্নাীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।
বিষয়াগৰাকীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে আন এজন গৃহৰক্ষী বাহিনীৰ জোৱানক।
জোৱানজনৰ নাম ছমেৰ আলী।
Also Read: সাৱধান হওঁক; জীৱ-জন্তুৰ দেহত দেখা গৈছে লাম্পি ৰোগ...