১০ বছৰৰ মূৰত পালে ন্যায়, হত্যাকাৰীক যাৱজ্জীৱন জে'ললৈ...

১০ বছৰৰ মূৰত পালে ন্যায়, হত্যাকাৰীক যাৱজ্জীৱন জে'ললৈ...
১০ বছৰৰ মূৰত পালে ন্যায়, হত্যাকাৰীক যাৱজ্জীৱন জে'ললৈ...
  • বিলাসীপাৰা অতিৰিক্ত সত্র ন্যায়াধীশৰ ঐতিহাসিক ৰায়দান।

  • ১০ বছৰৰ পাছত ন্যায় পালে হত্যাৰ বলি হোৱা পৰিয়ালে।

  • দুই হত্যাকাৰীক দিলে যাৱজ্জীৱন কাৰাদণ্ড।

  • ন্যায়ালয়ৰ ৰায়ত আনন্দিক ভুক্তভোগীৰ পৰিয়াল।

  • যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত দুই হত্যাকাৰীৰ নাম ছাত্তাৰ আলী আৰু ৰহিমদ উদ্দিন তালুকদাৰ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in