ধুবুৰীত ১ বজালৈকে মুঠ ভোটদানৰ হাৰ…

ধুবুৰীত ১ বজালৈকে মুঠ ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • ধুবুৰীত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।
  • বিয়লি ১ বজালৈকে মুঠ ভোটদানৰ হাৰ ৫৩.৭০ শতাংশ।
  • ২১ নং মানকাচৰ সমষ্টিত মুঠ ভোটদান ৫৯ শতাংশ।
  • দক্ষিণ শালমাৰাতমুঠ ভোটদান ৬৫ শতাংশ।
  • ধুবুৰীত মুঠ ভোটদান ৫১.৭০ শতাংশ।
  • গৌৰিপুৰত মুঠ ভোটদান ৫৩.২০ শতাংশ।
  • গোলকগঞ্জত মুঠ ভোটদান ৫১.৩০
  • পশ্চিম বিলাসীপাৰাত মুঠ ভোটদান ৫১শতাংশ।
  • পূব বিলাসীপাৰাত মুঠ ভোটদান ৪৯ শতাংশ।
  • পূব গোৱালপাৰাত মুঠ ভোটদান ৫১.৯৬ শতাংশ।
  • পশ্চিম গোৱালপাৰাত মুঠ ভোটদান ৪৭.৪০ শতাংশ।
  • জলেশ্বৰত মুঠ ভোটদানৰ হাৰ ৪৯.৮৬।