অসম মুখ্য-পৃষ্ঠা বিজেপিৰ দখলত ধুবুৰী পৌৰসভা বিজেপিৰ দখলত ধুবুৰী পৌৰসভা asomiyapratidin 09 Mar 2022 11:56 IST Follow UsNew Updateধুবুৰী পৌৰসভা বিজেপিৰ দখলত । ১৬ ৱাৰ্ড থকা পৌৰসভা খনৰ ২, ৩, ৫, ৬, ৯, ১১, ১২, ১৩, ১৪, ১৫ আৰু ১৬ নম্বৰ ৱাৰ্ড বিজেপিৰ দখলত। ১ আৰু ৪ নম্বৰ ৱাৰ্ডত নিৰ্দলীয় আৰু ১০নম্বৰ ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী । ৭ আৰু ৮ নম্বৰ ৱাৰ্ডত অগপ বিজয়ী হয়। assam municipal electionআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক