New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/749947a8-4acd-4ac4-8aa9-514b4046abd3/download.jpg)
dhubri boat accident
ধুবুৰীৰ নাও দুৰ্ঘটনা সন্দৰ্ভত এজনক আটক।
নিৰ্মাণকাৰী প্রতিষ্ঠান L&Tৰ এজন অভিযন্তাক আটক।
ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণ কাৰ্যত জড়িত প্রতিষ্ঠানটো।
চক্র বিষয়া সঞ্জু দাসক দলঙেৰে পাৰ হোৱাত বাধা প্রদান কৰিছিল।
বাধা প্রদান কৰিছিল অভিযন্তা গৰাকীয়ে.।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us