DHS পৰীক্ষাৰ তাৰিখ ঘোষণা, এই কেইটা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট...

DHS পৰীক্ষাৰ তাৰিখ ঘোষণা, এই কেইটা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট...
DHS পৰীক্ষাৰ তাৰিখ ঘোষণা, এই কেইটা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ। ইতিমধ্যে আৱেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা ডি এইছ এছ গ্ৰেড-৩ (নন টেকনিকেল)ৰ পৰীক্ষাৰ তাৰিখ ঘোষণা।

সেই অনুসৰি ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ডি এইছ এছৰ গ্ৰেড-৩ ৰ পৰীক্ষা। প্ৰাৰ্থীসকলে ৪ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ এডমিট ডাউনলোড কৰিব পাৰিব।

এডমিট ডাউনলোড কৰাৰ লিংকসমূহ হৈছে- www.dme.assam.gov.in / www.dhs.assam.gov.in / www.dhsfw.assam.gov.in আৰু www.ayush.assam.gov.in ।

DHS পৰীক্ষাৰ তাৰিখ ঘোষণা, এই কেইটা লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট...
২০১৪ ৰ ভিতৰত অসমলৈ অহা হিন্দু, মুছলমান সকলো বৈধ নাগৰিক ! নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ ৰ বিৰোধিতা BDF ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in